Assam TET Mock Test 2021 – ATET Online Preparation

Assam TET Mock Test 2021 – ATET Online Preparation:  Assam Govt. is going to conduct the Assam TET Examination 2021  for the Lower Primary & Upper Primary level on 31st October 2021. So, for better preparation, we have brought the Mock Test for Assam TET 2021 for Upper Primary & Lower Primary Level. We hope this Mock Test will benefit the candidates at least a little. Please keep visiting our website nerjobnews.com for the upcoming Mock Test for Assam TET Examination 2021. All the questions which we provide only for practice purposes.

Related Posts 

Assam TET Examination 2021 – Mock Test of Child Development And Pedagogy

Assam TET Examination 2021 – Mock Test

Assam TET Exam Mock Test 2021 – ATET Online Preparation

Assam TET Mock Test 2021 – Mock Test for Child Development And Pedagogy -2

Assam TET Mock Test 2021 – Overview

Name of the Organization  SSA Assam
Name of Exam Assam Teacher Eligibility Test 
Category  Mock Test for ATET
TET Exam Date 31st October 2021
Mock Test Type  Online
Mock Test Level  LP & UP

Join Our Telegram Channel: Click Here

Join Our WhatsApp Group: Click Here

Assam TET Examination 2021 – Advertisement Details: Click Here

Assam TET  Examination 2021 – Admit Card: Click Here

Assam TET  Examination 2021 – Syllabus: Click Here

Assam TET Mock Test 2021 – ATET Online Preparation

59
Created on

Mock Test for Assam TET 2021

Read Also  ADRE Appointment Letter 2023 – Download Assam Govt. Appointment Letter

আজি আমি আপোনালোকলৈ আগবঢ়াই আনিছো আগন্তক অসম টেট পৰীক্ষাৰ প্ৰস্তুতি চলাবলৈ এক Online Mock Test পৰীক্ষা। আশা কৰিছো উক্ত Mock Testৰ পৰা পৰিক্ষাৰ্থীসকলৰ কিছু হলেও উপকৃত হব।  Test শেষ হোৱাৰ পিছত আপোনালোকে পোৱা নম্বৰ আৰু শুদ্ধ উত্তৰ চাব পাৰিব। Best of luck.

1 / 30

স্বাধীনতা সংগ্ৰামৰ সময়ত, "মৃত্যু বাহিনী" গঠন কৰা হৈছিল

2 / 30

পৃথিৱীৰ হাওঁফাওঁ ......বুলি কাক কয় !

 

3 / 30

১৮২৮ চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব দিয়া হৈছিল

4 / 30

সংস্কৃতি আৰু পৰম্পৰাই তলৰ কোনটো বিষয়ত অৰিহণা যােগায়?

5 / 30

আমি সততে ভূমিকম্পৰ কথা শুনিবলৈ পাওঁ। ভূমিকম্পৰ জোখৰ এককক কোৱা হয়

6 / 30

পৰিৱেশ উন্নয়নৰ বাবে ১৯৭১ চনত গঠিত ‘গ্রীনপিছ ইণ্টাৰনেশ্যনেল’ হ’ল

7 / 30

ভাৰতত সাম্প্রতিক কালত কোনবিধ প্রাণী বিলুপ্ত হৈছে

8 / 30

কোনখন মহাদেশক বিষুৱৰেখাই প্রায় সমানে দুভাগত ভাগ কৰিছে

 

9 / 30

দূষিত পানীৰ দ্বাৰা বিয়পা ৰােগবিধ হ’ল

 

 

10 / 30

অসমত ব্রহ্মপুত্র উপত্যকাৰ দৈঘ্য কিমান ?

 

11 / 30

বায়ুত আটাইতকৈ কি গেছ বেছি পৰিমাণে থাকে?

 

12 / 30

কাজিৰঙা ৰাষ্ট্রীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য স্থান হিচাপ্র ঘোষণা কৰা হয় ?

Read Also  Gauhati High Court Recruitment 2023 – Apply Assistant, Translator Others 14 Posts

 

13 / 30

নিম্ন লিখিত কোনবিধ মাটিৰ সংমিশ্রণ গছৰ বাবে উত্তম?

14 / 30

প্ৰদূষণৰ প্ৰভাৱ প্রথম লক্ষ্য কৰা হৈছিল

 

15 / 30

পশ্চিম কাৰ্বি আংলং জিলাৰ এটা মহকুমা হল

 

16 / 30

তলৰ কোন প্রকাৰৰ জীৱই পােহৰক খাদ্যলৈ ৰূপান্তৰ কৰে?

 

17 / 30

 

অসমৰ কোনটো লোকসভা সমষ্টি অনুসূচীত জাতিৰ বাবে সংৰক্ষিত

 

18 / 30

. কোন বছৰত অসমত দূৰদৰ্শন কেন্দ্ৰ স্থাপন কৰা হয়

 

19 / 30

অসমৰ কিমানটা লোকসভা সমষ্টি অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত

 

20 / 30

1951 চনত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰথম সংসদ সদস্য কোন আছিল

 

21 / 30

কাকোইজানা সংৰক্ষিত বনাঞ্চল কোন খন জিলাত অৱস্থিত

 

22 / 30

সোণাৰি কোন জিলাৰ হেডকুৱেটাৰ

 

23 / 30

মাধৱদেৱৰ জন্ম হৈছিল চনত

 

24 / 30

শংকৰদেৱে তেওঁৰ আধ্যাত্মিক উত্তৰাধিকাৰী মাধৱদেৱক প্ৰথমবাৰৰ বাবে  কত লগ পাইছিল

 

25 / 30

প্ৰাচীন চহৰ 'বেংমাৰা' বৰ্তমান নামেৰে জনাজাত

 

26 / 30

ভাৰতৰ স্বাধীনতাৰ সময়ত, অসমত কিমানখন জিলা আছিল

 

27 / 30

Read Also  Karbi Anglong Judiciary Recruitment 2023 – Apply 4 Peon & Chowkidar Posts

কোন ৰজাক ভগাৰাজ নামেৰে জনা যায়

28 / 30

অসমৰ প্ৰথম ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল

29 / 30

ক্ষমতা প্ৰয়োগ কৰাৰ বাবে অসম লোক সেৱা আয়োগ (এপিএছচি) নিয়মাৱলী জাৰী কৰা হৈছিল
১৯৪৭
১৯৫০
১৯৫১
১৯৬০

30 / 30

শিৱ দল কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল

Your score is

The average score is 54%

0%

 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top