Assam TET Exam Mock Test 2021 – ATET Online Preparation

Assam TET Exam Mock Test 2021 – ATET Online Preparation: Assam Govt. is going to conduct the Assam TET Examination 2021  for the Lower Primary & Upper Primary level on 31st October 2021. Admit Card of ATET 2021 already released on 19th October 2021. So, for better preparation, we have brought the Mock Test for Assam TET Exam 2021 for Upper Primary & Lower Primary level. We hope this Mock Test will benefit the candidates at least a little. Please keep visiting our website nerjobnews.com for the upcoming Mock Test for Assam TET Examination 2021. All the questions which we provide only for practice purposes.

Related Posts 

Assam TET Examination 2021 – Mock Test of Child Development And Pedagogy

Assam TET Examination 2021 – Mock Test

Assam TET Admit Card 2021 – Download LP & UP TET Call Letter

Assam TET Exam Mock Test 2021 – ATET Online Preparation Overview

Name of the Organization  SSA Assam
Name of Exam Assam Teacher Eligibility Test 
Category  Mock Test 
TET Exam Date 31st October 2021
Mock Test Type  Online
Mock Test Level  LP & UP

Join Our Telegram Channel: Click Here

Join Our WhatsApp Group: Click Here

Assam TET Examination 2021 – Advertisement Details: Click Here

Assam TET  Examination 2021 – Admit Card: Click Here

Assam TET  Examination 2021 – Syllabus: Click Here

Assam TET Exam Mock Test 2021 – Online Mock Test 

64
Created on

Assam TET Online Mock Test

Read Also  Indian Navy Recruitment 2023 – Apply 1465 Agniveer Vacant Posts Online

আজি আমি আপোনালোকলৈ আগবঢ়াই আনিছো আগন্তক অসম টেট পৰীক্ষাৰ প্ৰস্তুতি চলাবলৈ এক Online Mock Test পৰীক্ষা। আশা কৰিছো উক্ত Mock Testৰ পৰা পৰিক্ষাৰ্থীসকলৰ কিছু হলেও উপকৃত হব।  Test শেষ হোৱাৰ পিছত আপোনালোকে পোৱা নম্বৰ আৰু শুদ্ধ উত্তৰ চাব পাৰিব। Best of luck.

1 / 25

ভাৰতৰ দক্ষিণ প্রান্তৰ সমুদ্র উপকুল কি ?

 

2 / 25

ভাৰতৰ উপকুল অঞ্চলত থকা বৃহত্তম নদীখনৰ নাম কি ?

3 / 25

ভাৰতৰ উচ্চতম জলপ্রপাত হৈছে –

4 / 25

দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য যোগেশ ত্যাগীক কোনে নিলম্বন কৰিছে?

5 / 25

কোনটো ভাৰতীয় কোম্পানীয়ে কৰ্ণাটক চৰকাৰৰ সৈতে অংশীদাৰীত্ব কৰি 4,600 কোটি টকাৰ ব্যয়ৰ সৈতে 150 খন চৰকাৰী আইটিআইৰ আধুনিকীকৰণ কৰিছে?

6 / 25

অসমৰ সোনালী বান্দৰৰ বাবে বিখ্যাত অভয়াৰণ্য খনৰ নাম কি ?

 

7 / 25

অৰুনোদয় আলোচনীখন ক'ৰ পৰা প্ৰকাশিত হৈছিল ?

8 / 25

"A Grammar of Assamese Language" কোনে লিখিছিল?

 

9 / 25

"সেউজ পাতৰ কাহিনী" উপন্যাসখন কোনো লিখিছিল?

 

10 / 25

অসমীয়া অভিধান "হেমকোষ" ত মুঠ কিমানটা শব্দ আছে?

 

11 / 25

অৰণ্য ধ্বংসৰ পৰিণতি হৈছে-

 

12 / 25

তলৰ কোনখন গল্প সংকলন ড'ভবেন্দ্ৰ নাথ শইকীয়াৰ ৰচিত নহয় -

Read Also  ADRE Appointment Letter 2023 – Download Assam Govt. Appointment Letter

13 / 25

"Assam Buranji" কোনে লিখিছিল?

 

14 / 25

"প্ৰিয়তমাৰ চিঠি" কবিতাটোৰ ৰচক কোন?

 

15 / 25

স্কুলত নিৰ্বাচন পতা উঠিত,কাৰণ---

16 / 25

নতুন শিক্ষানীতিত কোনটো স্তৰক "মানসিক বিকাশৰ"গুৰত্বপূৰ্ণ স্তৰ হিচাপে গণ্য কৰিছে?

 

17 / 25

কোনটো কোম্পানীয়ে মুম্বাইৰ সৰ্ববৃহৎ খণ্ড - আহমেদাবাদ উচ্চ গতিৰ ৰেল প্ৰকল্পৰ বাবে নিবিদা জিকিছে?

18 / 25

ৰাম বিলাস পাছৱানে কোনসমষ্টিৰ পৰা সৰ্বাধিক ব্যৱধানত সংসদীয় নিৰ্বাচনত জয়লাভ কৰাৰ বাবে গিনিছ ৰেকৰ্ডত প্ৰৱেশ কৰিছিল?

19 / 25

কোন খন ৰাজ্য চৰকাৰে ক্ৰেতা-বিক্ৰেতা নেটৱৰ্কৰ প্ৰচাৰৰ বাবে কিষাণ ৰথ ম'বাইল এপ মুকলি কৰিছিল?

20 / 25

ভাস্কৰবৰ্মনৰ শাসনকালত কামৰূপাৰ মুখ্য উদ্যোগ আছিল -------------------

 

21 / 25

বিশ্ব কপাহ বাণিজ্যত ভাৰতৰ প্ৰিমিয়াম কটনৰ নতুন ব্ৰেণ্ড নাম কি হ'ব?

22 / 25

ভাৰতৰ কোনখন ৰাজ্যত জনবসতিৰ ঘনত্ব নিম্ন ?

23 / 25

আন্দামান নিকোবৰ দ্বীপপুঞ্জত মুঠ কেইটা দ্বীপ আছে ?

 

24 / 25

Read Also  Karbi Anglong Judiciary Recruitment 2023 – Apply 4 Peon & Chowkidar Posts

লাইন অব এক্সুৱেল কণ্ট্রল কত অবস্থিত ?

25 / 25

ভাৰতৰ উপকুল অঞ্চলত থকা বৃহত্তম নদীখনৰ নাম কি ?

 

Your score is

The average score is 50%

0%

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top